ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নাভি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নাভি   বিশেষ্য

ଅର୍ଥ : কোনো বৃত্ত বা পৰিধি বা শাৰীৰ ্সোঁমাজত থকা বিন্দু বা ভাগ

ଉଦାହରଣ : এই বৃত্তটোৰ কেন্দ্রবিন্দুৰে যোৱা এডাল ৰেখা টানা

ସମକକ୍ଷ : কেন্দ্র বিন্দু, কেন্দ্র-বিন্দু, কেন্দ্রবিন্দু

ଅର୍ଥ : জৰায়ুজ জন্তুৰ পেটৰ সোমাজত থকা ঘূৰণীয়া খোৰ বা গাঁত যʼত গর্ভাৱস্থাত জৰায়ুনলী লগ-লাগি থাকে

ଉଦାହରଣ : এই কেঁচুৱাটোৰ নাড়ী পকিছে

ସମକକ୍ଷ : উদৰাবর্ত, নাই, নাড়ি, নাড়ী, নাভিকুণ্ডল, নাভিকুণ্ডলী, নাভিকূপ, নাভিদেশ, নাভিমণ্ডল, নাভিস্থল