ଅର୍ଥ : ধন লৈ সম্ভোগ কৰোৱা নাৰী
ଉଦାହରଣ :
কিছুমান অবোধ ছোৱালীক বলপূর্বকভ্াৱে বেশ্যা বনোৱা হয়
ସମକକ୍ଷ : গণিকা, ডাংকাটী, দেহোপজীৱিনী, ধেমনী, নটিনী, নটী, নষ্টা, নাগৰী, পতিতা, বনৰী, বাৰবণিতা, বাৰবধু, বাৰবিলাসিনী, বাৰাঙ্গনা, বাৰেপৈয়াঁতী, বেশ্যা, ব্যভিচাৰিণী, ভ্রষ্টা, মাগী, স্বৈৰিণী, ৰক্ষিতা, ৰাজহী, ৰাণ্ডী, ৰেণ্ডী