ଅର୍ଥ : নাকৰ ছিদ্র
ଉଦାହରଣ :
নাসাৰন্ধ্র চাফা নকৰিলে উশাহ লোৱাত কষ্ট হয়
ସମକକ୍ଷ : নাকৰ বিন্ধা, নাসাৰন্ধ্র, নাসিকা বিবৰ
ଅର୍ଥ : নাকৰ অগ্রভাগত থকা বিন্ধা দুটা
ଉଦାହରଣ :
তেওঁ ্ নাকৰ পাহিত নাকফুলি পিন্ধিছে
ସମକକ୍ଷ : নাকটি, নাকডেওনা, নাকৰ পাহি, নাকৰ বিন্ধা, নাসাৰন্ধ্র, নাসিকাগ্র