ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : নিঃসৰণ বা নিষ্কাশনৰ বাবে থকা নলীৰ নিচিনা গঠন যʼত কিছুমান তৰল থাকে
ଉଦାହରଣ : আমাৰ শৰীৰত কেইবা ধৰণৰ নলিকা থাকে
ସମକକ୍ଷ : নলিকা
ଅର୍ଥ : পানী বৈ যোৱা সৰু পথ বা সৰু জান
ଉଦାହରଣ : জাবৰ-জোথৰ উটি অহাৰ ফলত নর্দম্াৰ মুখখন বন্ধ হৈ গʼল
ସମକକ୍ଷ : নর্দম্া, নলা, লোৰ
ଅର୍ଥ : গোল-দীঘলীয়া ফোঁপোলা বস্তু
ଉଦାହରଣ : তেওঁ ্ পাইপেৰে নাৰিকলৰ পানী খাই আছে
ସମକକ୍ଷ : চুঙা, চুঙী, নল, নলা, নলিচা, পাইপ
ଅର୍ଥ : যিডাল ধাতুৰ নলীৰে চহৰ-নগৰৰ ঘৰে ঘৰে খোৱাপানী, গা-ধোৱা পানী আহে
ଉଦାହରଣ : এতিয়ালৈকে পানী-নলীত পানী অহাই নাই
ସମକକ୍ଷ : টেপ, পানী-নলী
ସଂସ୍ଥାପନ କରନ୍ତୁ