ଅର୍ଥ : পৰীক্ষাৰ সকলো বিষয়তে লাভ কৰা নম্বৰৰ বিৱৰণ থকা তালিকা পত্র বিশেষ
ଉଦାହରଣ :
মোৰ দশমমান শ্রেণীৰ নম্বৰ তালিকাখন কʼৰবাত হেৰাল
ସମକକ୍ଷ : মার্কশ্বিট
ଅର୍ଥ : খেল আদিত সন্মিলিত হোৱা প্রতিযোগীসকলে লাভ কৰা নম্বৰৰ তালিকা বিশেষ
ଉଦାହରଣ :
তিনিখন মেচত ন নম্বৰ লাভ কৰি ভাৰত নম্বৰ তালিকাত সকলোতকৈ শী্র্ষত আছে
ସମକକ୍ଷ : নম্বৰ-তালিকা