ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : তলমুৱা হৈ থকা অৱস্থা বা ভাব
ଉଦାହରଣ : গছজোপা নদীৰফালে নামি আছে
ଅର୍ଥ : নামি যোৱা বা কমি যোৱা
ଉଦାହରଣ : আজি ৰাতিপুৱাহে তেওঁৰ জ্বৰ কমিল
ସମକକ୍ଷ : কমা
ଅର୍ଥ : ওখ ঠাইৰ পৰা তললৈ অহা কার্য
ଉଦାହରଣ : আইতাই লাহে লাহে খটখটিৰে নামিছে
ସମକକ୍ଷ : অৱৰোহণ কৰা, নামি অহা
ଅର୍ଥ : মূল্য অৱনমিত হোৱা বা কমি অহা
ଉଦାହରଣ : আজিকালি সোণৰ দাম নামিছে
ସମକକ୍ଷ : কমা, পৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ