ଅର୍ଥ : কাগজ আদিৰ ভালেমান টুকুৰা একে লগে মিলাই গাঁঠি থোৱা কার্য
ଉଦାହରଣ :
কেৰাণীজনে কাগজবোৰ নথিভুক্ত কৰি আছে
ସମକକ୍ଷ : নথি
ଅର୍ଥ : যাৰ পঞ্জীকৰণ কৰা হৈছে
ଉଦାହରଣ :
নৱজাত শিশুটোৰ নাম পঞ্জীভুক্ত কৰা হʼল
ସମକକ୍ଷ : পঞ্জীবদ্ধ, পঞ্জীভুক্ত, ্ৰেকর্ড