ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নতুন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নতুন   বিশেষণ

ଅର୍ଥ : যিটো এতিয়া সজা, উলিওৱা বা প্রস্তুত কৰা বা প্রকাশিত হৈছে

ଉଦାହରଣ : এতিয়া আমি আপোনাক পাব পৰা নতুন বস্তুৰ বিষয়ে খবৰ দিম

ସମକକ୍ଷ : আধুনিক, নবীনতম, নৱ, লেটেষ্ট

ଅର୍ଥ : যি প্রবীণ নহয়

ଉଦାହରଣ : নবীন খেলুৱৈসকলেও ভাল খেল প্রদর্শন কৰিছে

ସମକକ୍ଷ : তৰুণ, নবাগত, নবীন

ଅର୍ଥ : যিজনে কোনো কাম এইমাত্রহে শিকিছে

ଉଦାହରଣ : এই কামটো নতুন মানুহেও কৰিব পাৰে

ସମକକ୍ଷ : অনভ্যস্ত, অপৈণত, অপৰিপক্ক, অসিদ্ধ, নতুন শিকাৰু, নতুনকৈ শিকা, নশিকাৰু, নৱ শিকাৰু

ଅର୍ଥ : যাৰ আগতে অস্তিত্ব নাই

ଉଦାହରଣ : আমি কোনো নতুন কাম কৰিব লাগে

ସମକକ୍ଷ : অভিনৱ, নবীন, নৱ

ଅର୍ଥ : যিটো বনোৱা, ওলোৱা বা প্রস্তুত কৰা বেছি দিন হোৱা নাই:বৈজ্ঞানিক ক্ষেত্রত ৰবট এক নতুন আৱিষ্কাৰ

ଉଦାହରଣ :

ସମକକ୍ଷ : অভিনৱ, , নবীন, নব্য, নৱ