ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নজৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নজৰ   বিশেষ্য

ଅର୍ଥ : চোৱা কার্য ্বা ঢং

ଉଦାହରଣ : চাৱনি দেখিয়েই আমি বুজিলো যে তেওঁ বহুত খঙত আছে

ସମକକ୍ଷ : চাৱনি, দৃষ্টি

ଅର୍ଥ : কোনো বস্তু বা ব্যক্তিক নির্দিষ্ট ঠাইৰ পৰা আঁতৰি নাযাবলৈ আৰু চোৱা-চিতা বা ৰক্ষণাবেক্ষণ দিবৰ কাৰণে নিযুক্ত কৰা প্রহৰীৰ কার্য

ଉଦାହରଣ : প্রহৰীজনে ক্ষীপ্রতাৰে পহৰা দি আছে

ସମକକ୍ଷ : চকিদাৰি, পহৰা

ଅର୍ଥ : কোনো ধুনীয়া বা প্রিয় মানুহ বা বস্তুৰ ওপৰত পৰা দৃষ্টি বা বেয়া প্রভাৱ

ଉଦାହରଣ : মাকে শিশুটোক মানুহৰ নজৰৰ পৰা বচাবৰ বাবে কপালত কʼলা ফোট দিলে

ସମକକ୍ଷ : কুদৃষ্টি, বেয়া নজৰ

ଅର୍ଥ : দোষ-গুণৰ সঠিক নি্র্ণয় ্কৰা দৃষ্টি

ଉଦାହରଣ : তেওঁৰ ্নজৰ মানিব লাগিব