ଅର୍ଥ : আনন্দত জঁপিওৱা-জঁপি কৰা
ଉଦାହରଣ :
চাকৰি পোৱাৰ খবৰ পাই মনোহৰে নাচিবলৈ ধৰিলে
ଅର୍ଥ : সংগীতৰ লগত তাল স্বৰ অনুযায়ী ভাব-ভঙ্গী দেখুৱাই জঁপিওৱা, ঘূৰা আৰু এই ধৰণৰ অন্য মুদ্রা দেখুওৱা কার্য
ଉଦାହରଣ :
তেওঁ খুউব ভাল নাচিছিল
ସମକକ୍ଷ : নর্তন ্ কৰা, নৃত্য কৰা