ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নক্ষত্র ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নক্ষত্র   বিশেষ্য

ଅର୍ଥ : চন্দ্রৰ মার্গত ্ থকা স্থিৰ তৰাৰ সাতাইশটা সমূহ যাক ভিন ভিন ৰূপ বা আকাৰত পোৱা যায় আৰু যাৰ বেলেগ বেলেগ নাম আছে

ଉଦାହରଣ : নক্ষত্র সাতাইশটা আছে

ଅର୍ଥ : ৰাতিৰ আকাশত দেখা পোৱা উজ্জ্বল, স্থিৰ আৰু গোলাকাৰ পিণ্ড

ଉଦାହରଣ : ৰাতিৰ আকাশত তৰাই তিৰবিৰায় পৃথিৱীৰ পৰা বহুত দূৰত হোৱা কাৰণে তৰাবোৰ সৰু দেখা যায়

ସମକକ୍ଷ : জ্যোতিষ্ক, তাৰকা, তৰা