ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নকল কৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নকল কৰা   বিশেষ্য

ଅର୍ଥ : কাৰোবাৰ অংগী-ভংগী অথবা কথা বতৰাৰ ভালদৰে কৰা আনুকৰণ

ଉଦାହରଣ : ডাঙৰৰ নকল কৰা ভাল বুলি ধৰা নহয়

নকল কৰা   ক্ৰিয়া

ଅର୍ଥ : কোনো লেখনি, চিত্র আদি যেনেদৰে আছিল তেনে ধৰণেৰেই প্রস্তুত কৰা

ଉଦାହରଣ : শিক্ষার্থীয়ে কৃষ্ণফলকত লিখা প্রশ্নখিনি নিজৰ বহীত টুকিলে

ସମକକ୍ଷ : কপি কৰা, টোকা, লিখা

ଅର୍ଥ : কাৰোবাৰ কথা-ব্যৱহাৰ, অংগী-ভংগী আদি ঠিক সেইদৰেই ব্যৱহাৰ কৰা

ଉଦାହରଣ : শ্যামুৱে নিজৰ ককাদেউতাকৰ নকল কৰে

ସମକକ୍ଷ : অনুকৰণ কৰা, অনুসৰণ কৰা