ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পৃথিৱীৰ একেবাৰে ওপৰৰ ভাগ
ଉଦାହରଣ : সম্পূর্ণ ধৰ্াতল জল আৰু স্থল এই দুই ভাগত বিভক্ত
ସମକକ୍ଷ : ভূ-তল, ভূ-পৃষ্ঠ, ভূ-ভাগ, মাটি, স্থলভাগ
ଅର୍ଥ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
ଉଦାହରଣ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
ସମକକ୍ଷ : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি
ସଂସ୍ଥାପନ କରନ୍ତୁ