ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
ଉଦାହରଣ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
ସମକକ୍ଷ : অৱস্থা, গতি, গতিক, দশা, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
ଅର୍ଥ : এক ধৰণৰ অৱস্থা বা একে মূলৰ পৰা উৎপন্ন বস্তু, জীৱ আদিৰ এনেকুৱা বর্গ যি সেই বস্তুটোক অন্য বস্তু বা জীৱৰ পৰা পৃথক কৰে
ଉଦାହରଣ : এই বাগিছাখনত বিভিন্ন প্রকাৰৰ গোলাপ আছে
ସମକକ୍ଷ : কিচিম, তৰহ, প্রকাৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ