ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ধ্বনিত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ধ্বনিত   বিশেষণ

ଅର୍ଥ : বজোৱা হোৱা

ଉଦାହରଣ : বজোৱা ঢোলৰ শ্্ব্দ বহুদূৰলৈ শুনা গৈছিল

ସମକକ୍ଷ : বজোৱা

ଅର୍ଥ : যিটো ধ্বনি বা শ্্ব্দৰ ৰূপত প্রকট হৈছে

ଉଦାହରଣ : অর্জুনৰ ধনুৰ টংকাৰত চৌদিশ ধ্বনিত হৈ উঠিল

ସମକକ୍ଷ : নিনাদিত, শ্্ব্দায়মান

ଅର୍ଥ : ভোমোৰাৰ গুঞ্জনৰ সৈতে যুক্ত

ଉଦାହରଣ : তেখেতে গুঞ্জিত উপবনৰ সৌন্দর্য উপভোগ কৰি আছে

ସମକକ୍ଷ : গুঞ্জিত, গুঞ্জৰিত

ଅର୍ଥ : গুঞ্জন কৰি থকা

ଉଦାହରଣ : গায়কৰ স্বৰৰ দ্বাৰা গুঞ্জিত ভৱনত সকলো শান্ত হৈ বহি আছিল

ସମକକ୍ଷ : গুঞ্জিত, গুঞ্জৰিত