ଅର୍ଥ : ধোৱা কাম
ଉଦାହରଣ :
গীতাই কাপোৰ ধুই আছে
ଅର୍ଥ : ধোৱা কাম
ଉଦାହରଣ :
শ্রমিকবোৰে ইটাবোৰ ধোৱা কাম কৰি আছে
ଅର୍ଥ : কাপোৰ চফা কৰা কার্য
ଉଦାହରଣ :
শীলাই কাপোৰ ধুই আছে
ଅର୍ଥ : পানী, চাবোন আদিৰে কাপোৰ আদি চফা কৰা কার্য
ଉଦାହରଣ :
এচামোচ পাউদাৰেৰে ইমান সোপা কাপোৰ ধোৱা হʼল
ଅର୍ଥ : পানী, চাবোন আদিৰে চফা কৰা বা ধোৱা
ଉଦାହରଣ :
আজিকালি মেচিনত কাপোৰ ধোৱা হয়
ଅର୍ଥ : পানী বা কোনো তৰল পদার্থৰ ্ সহায়ত কোনো বস্তুৰ পৰা ময়লা, ধূলি আদি ্ আঁতৰোৱা কার্য
ଉଦାହରଣ :
শ্যামাই সাধুজনৰ ভৰি ধুই দিছে
ସମକକ୍ଷ : ধুই দিয়া, পখালা, পখালি দিয়া
ଅର୍ଥ : বাচন-বর্তন, ্কাপোৰ আদি পানীত ধোৱা
ଉଦାହରଣ :
তেওঁ ্কাপোৰখন ধুলে আৰু শুকাবৰ কাৰণে ৰʼদত মেলি দিলে
ସମକକ୍ଷ : ধোৱা-পখলা কৰা, প্রক্ষালন কৰা