ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ধৃষ্টতা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ধৃষ্টতা   বিশেষ্য

ଅର୍ଥ : উদ্ধত হোৱা অৱস্থা

ଉଦାହରଣ : তাৰ উদ্ধতালি দিনে-দিনে বাঢ়ি গৈ আছে

ସମକକ୍ଷ : অতপালি, উদ্ধতালি

ଅର୍ଥ : নিজকে আনতকৈ বহুত বেছি যোগ্য, সমর্থ ্ বা জনা বুলি দেখুওৱা ভাব:অহংকাৰে মানুহৰ পতন আনে

ଉଦାହରଣ :

ସମକକ୍ଷ : অতিমান, অতি্দর্প, অস্মিতা, অহংকাৰ, অহংভাব, অহমিকা, আত্মম্ভ, আত্মম্ভৰিতা, আস্পর্দ্ধা, ওফাইদাং, ওৱাইদং, ঔদ্ধত্য, কেৰামত, কেৰামতালি, গণ্ডপ, গপ, গপ-ভেম, গপাগপি, গর্ব্ব, গর্ব্বভ্াব, গহ, গোমঠালি, গোলাপ, টকচালি, টিংখোপ, ডাঙ্কোপ, তমতমি, তায়া, দম্ভ, দর্প, দাম্ভিকতা, পায়তাৰা, ফাতিহা, ফিতাহি, ফুটনি, ফোপ-যহ, ফৰমাহি, বেয়াদপি, বৰকথা, বৰমতা, বৰমতালি, বৰাই, ভেম, ভৰক, ভৰকনি, মইমতালি, মতগর্ব, মতমতনি, মহত, মহতালি, হুমঠালি, ্ দম্ভালি, ্ ফর্মাহি