ଅର୍ଥ : ধোঁৱা বৰণৰ
ଉଦାହରଣ :
কুঁৱলীৰ কাৰণে সকলো ধূসৰ দেখা গৈছে
ଅର୍ଥ : ধূলি লগা বা ধূলি সনা
ଉଦାହରଣ :
খেতিয়কজনে ধূলিধূসৰিত ধুতিখন পিন্ধি আছে
ସମକକ୍ଷ : ধূলি ধূসৰ, ধূলিধূসৰিত
ଅର୍ଥ : ধূলিৰে ভৰি থকা
ଉଦାହରଣ :
ধুমুহা অহাৰ লগে লগেই গোটেই পৰিৱেশ ধূলিময় হৈ পৰিল
ସମକକ୍ଷ : ধূলিধূসৰিত, ধূলিময়, ধূসৰিত