ଅର୍ଥ : যি তীব্র বতাহৰ লগত বৰষুণো আহে
ଉଦାହରଣ :
হস্ত নক্ষত্র উঠোতেই বতাহ-বৰষুণ আৰম্ভ হʼল
ସମକକ୍ଷ : বতাহ-বৰষুণ
ଅର୍ଥ : অতিপাত বৰষুণ আৰু ধূলি-বালি উৰি হোৱা ধুমুহা-বতাহ
ଉଦାହରଣ :
ৰাতি অহা ধুমুহা-বৰষুণে মানুহৰ সা-সম্পত্তিৰ যথেষ্ট ক্ষতি কৰিলে
ସମକକ୍ଷ : তুফান