ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ধুনীয়া ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ধুনীয়া   বিশেষণ

ଅର୍ଥ : যি সুন্দৰ আৰু আটক-ধুনীয়া

ଉଦାହରଣ : বিবাহ আদি উপলক্ষত সকলোলোকেই ধুনীয়াকৈ থকাৰ প্রয়াস কৰে

ସମକକ୍ଷ : ৰচকী

ଅର୍ଥ : সকলোতকৈ সুন্দৰ

ଉଦାହରଣ : ইয়াৰ সুন্দৰতম মন্দিৰবোৰৰ ভিতৰত এই শিৱ মন্দিৰটোও পৰে

ସମକକ୍ଷ : আটকধুনীয়া, সুন্দৰতম

ଅର୍ଥ : দেখিবলৈ ভাল আৰু শুৱনি লগা

ଉଦାହରଣ : আজিৰ বতৰ বৰ ধুনীয়া

ସମକକ୍ଷ : সুন্দৰ

ଅର୍ଥ : অত্যন্ত সুন্দৰ

ଉଦାହରଣ : সীতাৰ লʼৰাটো বৰ ধুনীয়া

ସମକକ୍ଷ : সুচাৰু, সুশীল

ଅର୍ଥ : যি দেখিবলৈ আকর্ষণীয় বা যাৰ অৱয়ব ভাল:তেওঁৰ ্ লʼৰাটো বৰ ধুনীয়া

ଉଦାହରଣ :

ସମକକ୍ଷ : চকু জুৰোৱা, চকুত চমকল লগোৱা, চকুত লগা, দেখনিয়াৰ, নয়ন জুৰোৱা, নয়নাভিৰাম, বিতোপন, মোহনীয়া, সুন্দৰ, সোণাৰি-গঢ়ী, ৰূপহ