ଅର୍ଥ : যি চঞ্চল নহয়
ଉଦାହରଣ :
মানুহজন গম্ভীৰ স্বভাৱৰ
ସମକକ୍ଷ : অচঞ্চল, অচপল, গপচ, গম্ভীৰ, গহীন, গহীন-গম্ভীৰ, গুৰু-গম্ভীৰ, সুগম্ভীৰ, স্থিৰ
ଅର୍ଥ : ধৈর্য ধৰিব পৰাজন বা যি ্ ধৈর্য ধৰিব পাৰে
ଉଦାହରଣ :
ধৈর্যশীল মানুহে হাজাৰ কষ্টকৰ কামো সুকলমে কৰিব পাৰে
ସମକକ୍ଷ : ধীৰ-স্থিৰ, ধৈর্যশীল, শান্ত, ্ধৈর্যব্ান