ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ধাৰাবাহিক ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ধাৰাবাহিক   বিশেষ্য

ଅର୍ଥ : কিছুমান বিশেষ চৰিত্রৰ দৈনন্দিন জীৱনক ্দর্শাই দূৰদর্শন, ৰেডিঅʼ আদিত চলা ঘটনা প্রধান নাটক

ଉଦାହରଣ : দূৰদর্শনত ্চলা সকলো ধাৰাবাহিকৰ কাহিনী মোৰ একে যেন লাগে

ସମକକ୍ଷ : চিৰিয়েল

ধাৰাবাহিক   বিশেষণ

ଅର୍ଥ : এটা সূত্র বা ধাৰাৰ ৰূপত অলপো যতি নপৰাকৈ আগ বাঢ়ি যোৱা

ଉଦାହରଣ : তেওঁৰ ্ধাৰাবাহিক লেখা প্রতি শনি বাৰে বাতৰি কাকতত ওলায়