ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ধাৰণা কৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ধাৰণা কৰা   ক্ৰিয়া

ଅର୍ଥ : আকাৰ ইঙ্গিতৰ দ্বাৰা লুকাই ৰখা কথা বুজি লোৱা

ଉଦାହରଣ : চাকৰণীজনীক দেখিয়েই মই ধাৰণা কৰিব পাৰিছিলো যে তাই কিবা লুকুৱাই ৰাখিছে

ସମକକ୍ଷ : বুজ পোৱা

ଅର୍ଥ : অনুমানৰ এক অৱস্থা

ଉଦାହରଣ : আপুনি এই কলমটোৰ মূল্য অনুমান কৰকচোন ?

ସମକକ୍ଷ : অনুমান কৰা

ଅର୍ଥ : অনুমানৰ ভিত্তিত কিবা অনুভৱ কৰা

ଉଦାହରଣ : মোৰ তেওঁ ্নাহিব যেন লাগিছে

ସମକକ୍ଷ : গম পোৱা, লগা