ଅର୍ଥ : মালিক পক্ষক পিছত পৰিশোধ কৰা কোনো বস্তু আদিৰ পৰিমাণ
ଉଦାହରଣ :
এতিয়া কাপোৰৱালা মহাজনৰ মোৰ ওচৰত দুহাজাৰ টকাৰ ধাৰ আছে
ଅର୍ଥ : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত
ଉଦାହରଣ :
এই তৰোৱালখনৰ পানী চাবলগীয়া
ସମକକ୍ଷ : পানী
ଅର୍ଥ : কʼৰবাৰ পৰা বা কাৰোবাৰ পৰা সুত সহিত বা বিনা সুতেৰে পুনৰ ঘূৰাই দিয়াৰ চুক্তিত লোৱা ধন
ଉଦାହରଣ :
তেওঁ ঘৰ ্সাজিবৰ কাৰণে বেংকৰ পৰা ঋণ লৈছে
ସମକକ୍ଷ : ঋণ
ଅର୍ଥ : নির্দিষ্ট সময়ত ঘূৰাই দিম বুলি কাৰোবাৰ পৰা লোৱা কোনো বস্তু, টকা আদি
ଉଦାହରଣ :
ৰামে কিতাপখন কিনিবৰ কাৰণে মোৰ পৰা এশ টকা ধাৰলৈ লʼলে
ଅର୍ଥ : হাতিয়াৰ বা অস্ত্রৰ চোক
ଉଦାହରଣ :
কটাৰীখনৰ ধাৰ নোহোৱা হʼল