ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ধাৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ধাৰ   বিশেষ্য

ଅର୍ଥ : মালিক পক্ষক পিছত পৰিশোধ কৰা কোনো বস্তু আদিৰ পৰিমাণ

ଉଦାହରଣ : এতিয়া কাপোৰৱালা মহাজনৰ মোৰ ওচৰত দুহাজাৰ টকাৰ ধাৰ আছে

ଅର୍ଥ : যি ডাঙৰ সংখ্যাত বা বৃহৎ মাত্রাত হঠাৎ বা প্রচণ্ড ৰূপত ওলায় আহে

ଉଦାହରଣ : তেওঁৰ মুখৰ পৰা ওলোৱা গালিৰ ধাৰা কমাই হোৱা নাই

ସମକକ୍ଷ : ধাৰা, প্রবাহ

ଅର୍ଥ : হঠাৎ জোৰেৰে অহা প্রৱাহ

ଉଦାହରଣ : পানীৰ লহৰবোৰ শিলত ঠেকা খাই আগুৱাই গৈ আছে

ସମକକ୍ଷ : লহৰ

ଅର୍ଥ : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত

ଉଦାହରଣ : এই তৰোৱালখনৰ পানী চাবলগীয়া

ସମକକ୍ଷ : পানী

ଅର୍ଥ : কʼৰবাৰ পৰা বা কাৰোবাৰ পৰা সুত সহিত বা বিনা সুতেৰে পুনৰ ঘূৰাই দিয়াৰ চুক্তিত লোৱা ধন

ଉଦାହରଣ : তেওঁ ঘৰ ্সাজিবৰ কাৰণে বেংকৰ পৰা ঋণ লৈছে

ସମକକ୍ଷ : ঋণ

ଅର୍ଥ : নির্দিষ্ট সময়ত ঘূৰাই দিম বুলি কাৰোবাৰ পৰা লোৱা কোনো বস্তু, টকা আদি

ଉଦାହରଣ : ৰামে কিতাপখন কিনিবৰ কাৰণে মোৰ পৰা এশ টকা ধাৰলৈ লʼলে

ଅର୍ଥ : হাতিয়াৰ বা অস্ত্রৰ চোক

ଉଦାହରଣ : কটাৰীখনৰ ধাৰ নোহোৱা হʼল

ଅର୍ଥ : বৈ থকা বা প্রৱাহিত হৈ থকা দ্রৱ

ଉଦାହରଣ : নদীৰ ্সোঁতক বাধাদি বান্ধ নির্মাণ কৰা হয়

ସମକକ୍ଷ : ধাৰা, প্রৱাহ, সোঁত