ଅର୍ଥ : কোনো ফালে প্রবৃত্ত হোৱাৰ কার্য ্বা ভাৱ
ଉଦାହରଣ :
লʼৰাহঁতৰ কংগ্রেছৰ প্রতি ধাউতি আছে
ଅର୍ଥ : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ
ଉଦାହରଣ :
ସମକକ୍ଷ : অভিপ্রায়, অভিলাষ, অভীপ্সা, আকাংক্ষা, আকুল, আকূতি, আগ্রহ, আশা, আশা-দশা, আশা-ভাৰসা, ইচ্ছা, ঈপ্সা, কামনা, খেয়াল, খেয়াল-খুচি, বাঞ্ছা, বাসনা, ভাৰসা, মন, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ