ଅର୍ଥ : শিশুৰ চোৱাচিতা কৰা দাসী
ଉଦାହରଣ :
কাম-কাজত ব্যস্ত মহিলাসকলে নিজৰ শিশুৰ কাৰণে ধাই ৰাখে
ଅର୍ଥ : কেঁচুৱা জন্ম দিয়াত সহায়তা কৰা স্ত্রী
ଉଦାହରଣ :
আজিকালি ্গাঁৱৰ ধাইসকলকো চৰকাৰী প্রশিক্ষণ দিয়া হয়
ସମକକ୍ଷ : ধাই মাতৃ
ଅର୍ଥ : প্রসূতিৰ যতন আৰু সেৱা-শুশ্রূষা কৰা কৰা স্ত্রী
ଉଦାହରଣ :
চিকিৎসকে প্রসূতিৰ চোৱা-চিতাৰ কাৰণে এগৰাকী ধাই নিযুক্ত কৰিলে
ସମକକ୍ଷ : ধাত্রী