ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বাঁহ বা লোহা আদিৰ মিহি পাত বেঁক্া কৰি দূইমূৰে গুণ লগাই সজা অস্ত্র, যিহেৰে কাঁড় মৰা হয়
ଉଦାହରଣ : চিকাৰীজনে ধনুৰে বাঘটোলৈ শৰ নিক্ষেপ কৰিলে
ସମକକ୍ଷ : ধনুক, ধেনু
ଅର୍ଥ : ৰাশিচক্র গণনাৰ দ্বাদশ ৰাশিৰ মাজৰ নৱম ৰাশি
ଉଦାହରଣ : এই মাহটো ধনু ৰাশিৰ লোকৰ কাৰণে ভাল
ସମକକ୍ଷ : ধনু ৰাশি, ধনুৰাশি
ସଂସ୍ଥାପନ କରନ୍ତୁ