ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ দয়া আছে
ଉଦାହରଣ : দয়ালু লোকে সদায় আনক সহায় কৰে ভগবান সকলোৰে প্রতি দয়াশীল
ସମକକ୍ଷ : কাৰুণিক, কৃপাময়, কৃপালু, কৃপাশীল, কৰুণাময়, দয়াময়, দয়ালু, মৰমিয়াল, সদয় চিত্ত, সহৃদয়
ଅର୍ଥ : যাৰ দশা বা অৱস্থা দেখি দয়া উপজে
ଉଦାହରଣ : তেওঁৰ ্দয়াশীল অৱস্থা দেখি মই কান্দি পেলালোঁ
ସମକକ୍ଷ : পুতৌ লগা
ସଂସ୍ଥାପନ କରନ୍ତୁ