ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ৰাষ্ট্র আদিৰ ক্ষতিসাধন কৰা বহুত ডাঙৰ উপদ্রৱ
ଉଦାହରଣ : মঙ্গল পাণ্ডেই ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল
ସମକକ୍ଷ : বিদ্রোহ
ଅର୍ଥ : শত্রুৰ ভাব বা কার্য
ଉଦାହରଣ : আপুনি শত্রুতা পাহৰি যোৱাটোৱেই ভাল
ସମକକ୍ଷ : অৰি, আখেজ, দুচমন, দুছমন, দুশমন, দ্বেষ, প্রতিকূলতা, বিদ্বেষ, বিৰোধিতা, বিৰোধী ভাব, বৈৰীতা, শতুৰালি, শতুৰু, শত্রুতা, শতৰু
ସଂସ୍ଥାପନ କରନ୍ତୁ