ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দৌৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দৌৰা   বিশেষ্য

ଅର୍ଥ : দৌৰ মৰা কার্য ্বা ভাব

ଉଦାହରଣ : দৌৰাৰ পিছত অলপ আৰাম কৰা উচিত

দৌৰা   ক্ৰিয়া

ଅର୍ଥ : কোনো প্রয়াসত ইফালে-সিফালে ঘূৰা

ଉଦାହରଣ : এই চাকৰিটো পাবৰ কাৰণে মই বহুত দৌৰিলোঁ

ସମକକ୍ଷ : ঘূৰা, লৰা-ঢপৰা কৰা

ଅର୍ଥ : বৰ সঘনাই ভৰি দাঙি যোৱা

ଉଦାହରଣ : মেকুৰীজনীয়ে নিগনিটো দেখিয়েই তাৰফালে দৌৰিলে

ସମକକ୍ଷ : দৌৰ মৰা, লৰ মৰা

দৌৰা   বিশেষণ

ଅର୍ଥ : ভৰিৰে অতি বেগাই যোৱা

ଉଦାହରଣ : তেওঁ দৌৰা লʼৰাটোক ধৰিবলৈ অসমৰ্থ হʼল