ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি মন্দিৰত কোনো দেৱতাৰ মূর্তি বা মূর্তি স্থাপন কৰি পূজা কৰা হয়
ଉଦାହରଣ : তেওঁ ্সদায় গা-পা ধুই দেৱালয়লৈ যায়
ସମକକ୍ଷ : দʼল, দেৱ-গৃহ, দেৱ-দৌল, দেৱ-মন্দিৰ, দেৱগৃহ, দেৱদৌল, দেৱমন্দিৰ, দেৱালয়, দেৱায়তন, মন্দিৰ
ଅର୍ଥ : দেৱ-দেৱী আদিৰ মূর্তি স্থাপন কৰি পূজা-উপাসনা কৰা গৃহ
ଉଦାହରଣ : তেওঁ নিতৌ স্নান কৰি মন্দিৰলৈ যায়
ସମକକ୍ଷ : দʼল, দেৱগৃহ, দেৱালয়, ধর্মমন্দিৰ, মন্দিৰ
ଅର୍ଥ : অনেক ৰং থকা
ଉଦାହରଣ : দৌল এক বাৰেৰহনীয়া উৎসৱ
ସମକକ୍ଷ : দৌল উৎসৱ, দৌলোৎসৱ, ফল্গুৎসৱ, ফাকুৱা
ସଂସ୍ଥାପନ କରନ୍ତୁ