ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : এওঁ এইদৰে কৰিছে বুলি কাৰোবাৰ বিষয়ে কোৱা:দুর্নীতিৰ অভিযোগত তেওঁক নিলম্বিত কৰা হৈছে
ଉଦାହରଣ :
ସମକକ୍ଷ : অনুযোগ, অভিযোগ, দোষাৰোপ, দোষাৰোপন, নালিছ
ଅର୍ଥ : যিজন ব্যক্তিক আৰোপ লগোৱা হৈছে
ଉଦାହରଣ : তেওঁ হত্যাকাণ্ডৰ দোষীক ক্ষমা কৰি দিলে
ଅର୍ଥ : অপৰাধ কৰা লোক
ଉଦାହରଣ : অপৰাধীয়ে শাস্তি পোৱা উচিত আইনৰ শিথিলতাই অপৰাধীক প্রশ্রয় দিয়ে
ସମକକ୍ଷ : অপৰাধী, পাতকী, পাপী, ্অধর্মী
ସଂସ୍ଥାପନ କରନ୍ତୁ