ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দোষ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দোষ   বিশেষ্য

ଅର୍ଥ : যিটো কামত নিয়ম উলংঘা কৰিলে কৰোতাক আইনমতে দণ্ড বিহিব পাৰে

ଉଦାହରଣ : প্রকৃতি ধ্বংস কৰা এক অপৰাধ চোৰ কৰা এক অপৰাধ

ସମକକ୍ଷ : অধর্ম, অপৰাধ, কলুষ, পাতক, পাপ

ଅର୍ଥ : দোষমুক্তিৰ বাবে বা ক্ষতিপূৰণৰ নিমিত্তে ন্যায়ালয়ত কৰা প্রার্থন্া

ଉଦାହରଣ : অনুসন্ধানৰ অন্তত গম পোৱা গʼল যে তেওঁৰ ওপৰত লগোৱা অভিযোগটো মিছা

ସମକକ୍ଷ : অনুযোগ, অভিযোগ, দায়ীকৰা-, দোষাৰোপ, দোষাৰোপণ, দোষীকৰা-, নালিছ

ଅର୍ଥ : যিটো গুণ ভাল নহয়

ଉଦାହରଣ : মানুহে বদগুণৰ পৰা আঁতৰি থাকিব লাগে

ସମକକ୍ଷ : কদভ্যাস, দুর্গুণ, বদগুণ, বদভ্যাস