ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : দেশৰ বা দেশ সম্বন্ধীয়
ଉଦାହରଣ : ধুতি-কুর্তা ভাৰতৰ দেশীয় পোছাক
ସମକକ୍ଷ : দেশী
ଅର୍ଥ : যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা
ଉଦାହରଣ : উটপক্ষী অষ্ট্রেলিয়াৰ স্থানীয় চৰাই
ସମକକ୍ଷ : আঞ্চলিক, থলুৱা, দেশজ, দেশজাত, দেশী, মূল, স্থানীয়
ଅର୍ଥ : নিজৰ দেশত উৎপন্ন হোৱা বা তৈয়াৰ কৰা
ଉଦାହରଣ : স্বদেশী বস্তুৰ প্রয়োগ কৰা উচিত
ସମକକ୍ଷ : দেশজ, দেশী, স্বদেশী, স্বদেশীয়
ସଂସ୍ଥାପନ କରନ୍ତୁ