ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দেশ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দেশ   বিশেষ্য

ଅର୍ଥ : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র

ଉଦାହରଣ : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে

ସମକକ୍ଷ : প্রদেশ, প্রান্তৰ, ৰাজ্য

ଅର୍ଥ : কোনো দেশৰ প্রশাসনীয় দল বা চৰকাৰ

ଉଦାହରଣ : দেশে অতি সোনকালেই কেইখনমান নতুন আঁচনি আৰম্ভ কৰিব

ସମକକ୍ଷ : চৰকাৰ, ৰাষ্ট্র

ଅର୍ଥ : এখন ধৰি লোৱা ক্ষেত, যʼত কোনোবাই প্রভাৱ বিস্তাৰ

ଉଦାହରଣ : চাৰিওফালে মিছাৰ ৰাজ্য

ସମକକ୍ଷ : সাম্রাজ্য, স্থলী, ৰাজ্য

ଅର୍ଥ : এখন নির্দিষ্ট সংবিধান মানি চলা বিভিন্ন ৰাজ্য, নগৰ আদি থকা পৃথিৱীৰ এক বিশেষ ভূ-ভাগ

ଉଦାହରଣ : ভাৰতবর্ষ ্মোৰ দেশ দেশতকৈ মোমাই ডাঙৰ নহয়

ସମକକ୍ଷ : ৰাষ্ট্র

ଅର୍ଥ : কোনো দেশত বাস কৰা লোক

ଉଦାହରଣ : গান্ধীজীৰ মৃত্যুত গোটই দেশে কান্দিছিল

ସମକକ୍ଷ : ৰাষ্ট্র

ଅର୍ଥ : আপুনি বাস কৰা দেশ, প্রদেশ, জিলা, ক্ষেত্র, চহৰ গাঁও আদি

ଉଦାହରଣ : ভাৰত মোৰ দেশ

ସମକକ୍ଷ : গৃহভূমি