ଅର୍ଥ : কোনো বস্তু বা কার্য আদিৰ ফালে ইংগিত কৰা
ଉଦାହରଣ :
মায়ে মোক আকাশত ধ্রুৱ তৰাৰ স্থিতি দেখুৱালে
ସମକକ୍ଷ : নির্দেশ ্কৰা
ଅର୍ଥ : কোনো ব্যক্তি, পদার্থ ্ বা কাম-কাজ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ বা গুণ আদিৰ জ্ঞান লাভ কৰা
ଉଦାହରଣ :
তেওঁৰ নতুন ঘৰটো আমাক দেখুৱালে
ସମକକ୍ଷ : দর্শন ্ কৰা, দেখুৱা
ଅର୍ଥ : অনুভৱ কৰোৱা
ଉଦାହରଣ :
ভাগ্যই আমাক বহুত বেয়া দিন দেখুৱালে
ଅର୍ଥ : * কৃত্রিমভাৱে প্রস্তুত কৰা বা দেখুওৱা বা আনৰ নিচিনাকৈ অভিনয় কৰা
ଉଦାହରଣ :
শীলাই নিজকে অভিনেত্রী যেন দেখুৱায়
ସମକକ୍ଷ : প্রদর্শন ্কৰা
ଅର୍ଥ : অনুসন্ধান বা নিৰীক্ষণ কৰা
ଉଦାହରଣ :
আপুনি ৰোগীজনক ডাক্তৰক দেখুৱালে নেকি ?
ଅର୍ଥ : নিৰীক্ষণ কৰোৱা কার্য
ଉଦାହରଣ :
প্রত্যক্ষদর্শীয়ে পুলিচক হত্যা হোৱা ঠাইখিনি দেখুৱালে
ସମକକ୍ଷ : দেখুৱা