ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দৃষ্টি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দৃষ্টি   বিশেষ্য

ଅର୍ଥ : চোৱা কার্য ্বা ঢং

ଉଦାହରଣ : চাৱনি দেখিয়েই আমি বুজিলো যে তেওঁ বহুত খঙত আছে

ସମକକ୍ଷ : চাৱনি, নজৰ

ଅର୍ଥ : যি প্রবৃত্তি বা শক্তিৰ বলত মানুহ অথবা জীৱ-জন্তুৱে সকলো বস্তু দেখা পায়

ଉଦାହରଣ : শগুণৰ দৃষ্টিশক্তি বৰ প্রখৰ

ସମକକ୍ଷ : দৃষ্টি-শক্তি, দৃষ্টিশক্তি

ଅର୍ଥ : চকুৰ দৃষ্টিৰ ক্ষেত্র বা দৃষ্টিৰ সীমা বা যিমান দূৰলৈকে চকুৰে দেখা যায়

ଉଦାହରଣ : মই তেওঁক তেতিয়ালৈকে চাই থাকিলো যেতিয়ালৈকে তেওঁ ্মোৰ দৃষ্টিৰ বাহিৰ হৈ নগʼল