ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দৃঢ়তাৰে ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দৃঢ়তাৰে   ক্ৰিয়া বিশেষণ

ଅର୍ଥ : দৃঢ়তা সহকাৰে

ଉଦାହରଣ : তেওঁ দৃঢ়তাৰে প্রহাৰ কৰিলে

ସମକକ୍ଷ : জোৰকৈ, জোৰেৰে, দৃঢ়তাপূর্বক, দৃঢ়ভাৱে

ଅର୍ଥ : ইচ্ছা বা সংকল্পৰ সৈতে

ଉଦାହରଣ : মই দৃঢ়তাৰে কৈছো যে এই কামটো কৰিহে মই স্বস্তিৰ নিশ্বাস লʼম

ସମକକ୍ଷ : দৃঢ়তাপূর্বক, দৃঢ়ভাৱে, নিশ্চয়তাৰে, সংকল্পসহিতে, সংকল্পৰ সৈতে