ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি সিদ্ধান্ত সলনি নহয়
ଉଦାହରଣ : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল
ସମକକ୍ଷ : অটল, অবিচল, একনিষ্ঠ, একাগ্র, নিমগ্ন, স্থিৰ
ଅର୍ଥ : যাৰ কোনো শিথিলতা নাই:চেগুনৰ কাঠেৰে সজা ফার্ণিচাৰ মজবুত হয় মোৰ মনটো অতি দৃঢ়
ଉଦାହରଣ :
ସମକକ୍ଷ : অশিথিল, মজবুত
ଅର୍ଥ : যি নমনীয় নহয় বা যাক টলাব নোৱাৰি
ଉଦାହରଣ : আলেকজেণ্ডাৰৰ সন্মুখত পুৰু অনমনীয় হৈ থাকিল
ସମକକ୍ଷ : অনমনীয়, অনম্য, কঠোৰ
ଅର୍ଥ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
ଉଦାହରଣ : পাহাৰ-পর্বত স্থিৰ
ସମକକ୍ଷ : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ