ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দুৰূহ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দুৰূহ   বিশেষণ

ଅର୍ଥ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য

ଉଦାହରଣ : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল

ସମକକ୍ଷ : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুষ্কৰ, সুকঠিন

ଅର୍ଥ : যিটো কৰিবলৈ কঠিন

ଉଦାହରଣ : হিমালয় পর্বত আৰোহণ কৰাটো কার্য

ସମକକ୍ଷ : দুঃসাধ্য, দুষ্কৰ

ଅର୍ଥ : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়

ଉଦାହରଣ : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়

ସମକକ୍ଷ : অসহজ, কঠিন, কঠোৰ, দুর্বোধ্য, দুষ্কৰ, বিচল

ଅର୍ଥ : যিটো সোনকালে বুজি পোৱা নাযায়

ଉଦାହରଣ : এই কঠিন প্রশ্নটোৰ উত্তৰ প্রশ্নকর্তাক সোধাই ভাল হʼব

ସମକକ୍ଷ : অবোধগম্য, কঠিন, টান

ଅର୍ଥ : যিটো গম্য নহয় বা যাব নোৱাৰা

ଉଦାହରଣ : আমি ্ দুর্গম পথৰ পথিক

ସମକକ୍ଷ : অগম্য, কঠিন, দুর্গম, দুর্গম্য, দুৰধিগম্য