ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিটো সহজে বা সাধাৰণতে বুজিব পৰা নাযায়
ଉଦାହରଣ : প্রশ্নটো সমাধান কৰিবৰ কাৰণে এইটো সকলোতকৈ দুর্বোধ্য প্রক্রিয়া
ଅର୍ଥ : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়
ଉଦାହରଣ : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়
ସମକକ୍ଷ : অসহজ, কঠিন, কঠোৰ, দুষ্কৰ, দুৰূহ, বিচল
ସଂସ୍ଥାପନ କରନ୍ତୁ