ଅର୍ଥ : দুখন মুখ থকা বা যাৰ দুখন মুখ আছে
ଉଦାହରଣ :
যাক দুমুখীয়া সাপ বুলি কোৱা হয় বাস্তৱতে সেইয়া দুমুখীয়া সাপ নাথাকে
ଅର୍ଥ : কোনো কাজিয়া আদিত দুয়োপক্ষৰ ফালৰ পৰা যিজনক নিয়োজিত কৰা হয়
ଉଦାହରଣ :
আমি দুমুখীয়া ব্যক্তিৰ ওপৰত বিশ্বাস কৰা উচিত নহয়
ସମକକ୍ଷ : দুফলীয়া
ଅର୍ଥ : দুটা কথা কোৱা বা দুই ধৰণৰ আচৰণ কৰা মানুহ
ଉଦାହରଣ :
দুমুখীয়া মানুহৰ ওপৰত মোৰ খং উঠে
ଅର୍ଥ : যাৰ দুখন মুখ আছে
ଉଦାହରଣ :
বাজীকৰে মানুহক দুমুখীয়া সাপ দেখুৱালে