ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দুখ দিয়া ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দুখ দিয়া   ক্ৰিয়া

ଅର୍ଥ : কাৰোবাৰ মর্ম্্স্থানত আঘাত লগাকৈ কোনো কথা কোৱা বা কাম কৰা

ଉଦାହରଣ : শাহুৱেকে গালি পাৰি বোৱাৰীয়েকৰ মনত দুখ দিলে

ସମକକ୍ଷ : আঘাত দিয়া

ଅର୍ଥ : কাৰোবাৰ ঘা আদি এনেদৰে চুৱা যাৰ কাৰণে তেওঁ কষ্ট অনুভৱ কৰে

ଉଦାହରଣ : অকস্মাতে তেওঁ ্মোৰ ফোঁহাটোত দুখ দিলে

ସମକକ୍ଷ : কষ্ট দিয়া

ଅର୍ଥ : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া

ଉଦାହରଣ : বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে

ସମକକ୍ଷ : উৎপীড়ন কৰা, কষ্ট দিয়া, জ্বলোৱা, দুঃখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া

ଅର୍ଥ : কোনো পদার্থৰ ্অভাৱৰ পৰা দুখ ওপজা কার্য

ଉଦାହରଣ : নি্র্বাচনৰ সময়ত নেতাই প্রতিশ্রুতি দিয়ে আৰু জিকাৰ পিছত দুখ দিয়ে

ସମକକ୍ଷ : প্রলোভন দিয়া, ব্যাকুল কৰা