ଅର୍ଥ : জ্বলি থকা দীপকৰ শাৰী
ଉଦାହରଣ :
দিৱালীৰ ৰাতিত ৰমেশৰ ঘৰৰ দুৱাৰত দীপমালা সজ্জিত আছিল
ସମକକ୍ଷ : দীপমালা
ଅର୍ଥ : আহিন বা কাতি মাহৰ অমাৱস্যা তিথিৰ দিনাখন ঘৰ আৰু পদূলি আদিত চাকি লগাই পালন কৰা উৎসৱ
ଉଦାହରଣ :
উত্তৰ ভাৰতত দেৱালী উৎসৱ উলহ-মালহেৰে পালন কৰা হয়
ସମକକ୍ଷ : দীপান্বিতা, দীপালী, দেৱালী