ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দিশ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দিশ   বিশেষ্য

ଅର୍ଥ : ক্ষেত্রীয় বৃত্তৰ কোনো এটিফালে প্রসাৰিত হৈ থকা চাৰিভাগৰ যিকোনো এটা ভাগ

ଉଦାହରଣ : মোৰ ঘৰ ইয়াৰ পৰা উত্তৰ দিশত আছে বতাহৰ দিশ সলনি হৈ গৈছে

ସମକକ୍ଷ : দিশা

ଅର୍ଥ : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে

ଉଦାହରଣ : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক

ସମକକ୍ଷ : অংশ, পক্ষ, বিভাগ

ଅର୍ଥ : কোনো বস্তু বা শৰীৰৰ ্সোঁফাল বা বাওঁ্ফালৰ ভাগ

ଉଦାହରଣ : আপোনাৰ কোন ফালে বিষ হৈ আছে অর্ধ্্নাৰীশ্বৰৰ এটা অংশ স্ত্রী তথা আনটো অংশ পুৰুষৰ

ସମକକ୍ଷ : অংশ, ফাল

ଅର୍ଥ : নিয়ত স্থানৰ ইফাল-সিফালৰ শেষলৈকে থকা বিস্তাৰ

ଉଦାହରଣ : আপোনাৰ কোন ফালে যাবলগীয়া আছে

ସମକକ୍ଷ : কাষ, পিন, ফাল