ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দালচেনি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দালচেনি   বিশেষ্য

ଅର୍ଥ : ঔষধ আৰু মছলা হিচাপে ব্যৱহাৰ কৰা এবিধ গছৰ সুগন্ধি ছাল

ଉଦାହରଣ : মায়ে আজি পোলাওত ডালচেনি দিবলৈ পাহৰিলে

ସମକକ୍ଷ : ডালচেনি

ଅର୍ଥ : সুগন্ধি ছালযুক্ত একপ্রকাৰৰ গছ যাৰ ছাল মছলা হিচাপে ব্যৱহাৰ কৰা হয়

ଉଦାହରଣ : কেৰেলাত দালচেনিৰ খেতি কৰা হয়