ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দান ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দান   বিশেষ্য

ଅର୍ଥ : দান হিচাপে কাৰোবাক দিয়া কোনো বস্তু

ଉଦାହରଣ : পণ্ডিতজনে দান স্বৰূপে এজনী গাই আৰু কিছুমান বস্ত্র লাভ কৰিলে

ଅର୍ଥ : কাৰোবাক দিয়া বা কাৰোবাৰ পৰা পোৱা বস্তু

ଉଦାହରଣ : বহু মানুহে জীৱনটোক ঈশ্বৰৰ দান বুলি ভাবে

ଅର୍ଥ : কোনোবাই কাৰোবাক শ্রদ্ধা সহকাৰে বা দয়াপূর্বকভ্াৱে কিবা দিয়া ধর্ম ্ কার্য:উচিত সময়ত কৰা দান অধিক ফলপ্রসূ হয়

ଉଦାହରଣ :

ଅର୍ଥ : কোনো কামত সহায় কৰা বা সহায়ক হোৱা কার্য অথবা কোনো কার্য ্সম্পাদনত ব্যক্তি বিশেষৰ অংশ

ଉଦାହରଣ : সকলো গাঁওবাসীৰ অৱদানেৰে এই মন্দিৰটো নি্র্মাণ কৰা হৈছে

ସମକକ୍ଷ : অৱদান, বৰঙণি, যোগদান