ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো কাম বা উদ্দেশ্য সহজতে সোনকালে আৰু সুবিধাজনকভাৱে হোৱা এক সময় বা পৰিস্থিতি
ଉଦାହରଣ : এই কামটো কৰিবৰ সময় হʼল
ସମକକ୍ଷ : ক্ষণ, বেলা, সময়, সুচল, সুযোগ
ଅର୍ଥ : কোনো কামত আহুকাল বা জটিলতা নথকা যি অৱস্থা:মণ্ডপৰ চকীবোৰ অতিথিৰ সুবিধা হোৱাকৈ সজাই থৈছে
ଉଦାହରଣ :
ସମକକ୍ଷ : উপায়, চল, বাট, সুচল, সুবিধা, সুযোগ, সুযোগ-সুবিধা
ସଂସ୍ଥାପନ କରନ୍ତୁ