ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : * বিষন্নতা বা উত্তেজনাৰ অৱস্থা
ଉଦାହରଣ : তেওঁ এই সময়ত এনে অৱস্থাত আছে যে তেওঁৰ লগত তর্ক ্কৰা ঠিক নহʼব
ସମକକ୍ଷ : অৱস্থা, স্থিতি
ଅର୍ଥ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
ଉଦାହରଣ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
ସମକକ୍ଷ : অৱস্থা, গতি, গতিক, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
ଅର୍ଥ : মানুহৰ জীৱনত বেলেগ বেলেগ গ্রহৰ নিশ্চিত ভোগকাল
ଉଦାହରଣ : এতিয়া মোৰ গ্রহৰ দশা বৰ ভাল চলি আছে
ସମକକ୍ଷ : গ্রহ দশা, গ্রহৰ দশা
ସଂସ୍ଥାପନ କରନ୍ତୁ