ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : একো কৰিব নোৱাৰাকৈ কিহবাৰ ওপৰত যোৰ বা বল প্রয়োগ কৰা কার্য
ଉଦାହରଣ : গুণ্ডাবোৰে গোটেই বস্তীবাসীক ডাবি-ধমকি দি দবাই ৰাখিছে
ସମକକ୍ଷ : দবোৱা
ଅର୍ଥ : কোনো কথাক বাঢ়িবলৈ নিদিয়া
ଉଦାହରଣ : হত্যাৰ বিষয়টোক আদালতলৈ যোৱাৰ আগতে দবাই ৰাখিলে
ସମକକ୍ଷ : হেঁচি ৰখা
ସଂସ୍ଥାପନ କରନ୍ତୁ